গুগল Adsense ৰ সহায়ত কেনেকৈ মাহেলী লাখ টকা উপাৰ্জন কৰিব?
আজি এটা অতি গুরুত্বপূর্ন বিষয়ৰ আলোচনা লৈ আহিছো সেয়া হৈছে গুগল Adsense ৰ সহায়ত কেনেকৈ মাহেলী লাখ টকা উপাৰ্জন কৰিব?গুগল এডসেন্স নো কি ?কেনেকৈ আমি গুগল এডসেন্স র সহায়ত আমি ঘৰতে বহি মাহেলী লাখ টকা এনেকি কোটি টকালৈও উপার্জন কৰিব পারি ?
গতিকে আহক আমি জানি লও প্রথমতে গুগল এডসেন্স কি ?এই বিষয়ে জানিবলৈ আপুনি এই লিখনি খিনি প্রথমৰ পরা শেষলৈ নিচ্ছয় পড়ার দৰকাৰ আছে ,আশা কৰিছো শেষলৈকে আমাৰ লগত থাকিব।
গুগল এডসেন্স কি ?
প্ৰণালীটোৱে প্ৰাসঙ্গিক লক্ষ্য ব্যৱহাৰ কৰে, অৰ্থাৎ ই দৰ্শকক প্ৰাসঙ্গিক বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ ৱেবছাইট বা চেনেলৰ সমল বিশ্লেষণ কৰে। এডচেঞ্চে বিভিন্ন বিজ্ঞাপন ফৰ্মেট যেনে পাঠ, প্ৰদৰ্শন, ভিডিঅ' আৰু প্ৰতিক্ৰিয়াশীল বিজ্ঞাপন আগবঢ়ায়, যাৰ ফলত প্ৰকাশকসকলে তেওঁলোকৰ সমল আৰু দৰ্শকৰ সৈতে সৰ্বশ্ৰেষ্ঠ ভাৱে খাপ খোৱা বিজ্ঞাপনবোৰ বাছনি কৰিব পাৰে।
এই বিলাক তথ্য আপুনি গুগল এনালিটিক্স ৰ জৰিয়তে ভালকৈ চাব পাৰিব। গতিকে আপুনি ;গুগল এনালিটিক্স একাউন্ট কেনেকৈ বনাব লাগে ইয়াত ক্লিক কৰি সেইবিলাক কৰিব পাৰিব।
গুগল এডসেন্স একাউন্ট কেনেকৈ বনাব ?
Google Adsense একাউণ্ট এটা বনাবলৈ, এই পদক্ষেপবোৰ অনুসৰণ কৰক:
১.ৱেবছাইট বা আর্টিকেল ৰ প্ৰয়োজনীয়তা:
২.এডচেঞ্চৰ বাবে ছাইন আপ কৰক:
গুগল এডচেঞ্চ ৱেবছাইটলৈ যাওক Get started ক্লিক কৰক আৰু "Signup Now " বা "Create Account "ত ক্লিক কৰক। আপোনাৰ ৱেবছাইট URL আৰু আপোনাৰ Email Address প্ৰবিষ্ট কৰক।
৩.আপোনাৰ ছাইট সংযোগ কৰক:
আপোনাৰ গুগল একাউণ্টৰ সৈতে ছাইন ইন কৰক আৰু আপোনাৰ ৱেবছাইটৰ বিষয়ে প্ৰয়োজনীয় তথ্য প্ৰবিষ্ট কৰক, যেনে ইউআৰএল, ভাষা, আৰু আপোনাৰ যোগাযোগৰ বিৱৰণ।
৪.চৰ্তাৱলী আৰু নিয়মাৱলীৰ সৈতে সন্মত:
৫.এডচেঞ্চ কোড যোগ দিয়ক:
৬প্ৰমাণীকৰণ প্ৰক্ৰিয়া:
৭.উপাৰ্জন আৰম্ভ কৰক:
আপোনাৰ একাউণ্টভাল স্থিতিত বজাই ৰাখিবলৈ এডচেঞ্চ নীতি আৰু নিৰ্দেশনা পালন কৰাটো অত্যাৱশ্যকীয়। লগতে, প্ৰদৰ্শন প্ৰতিবেদনৰ বাবে নিয়মীয়াকৈ আপোনাৰ এডচেঞ্চ একাউণ্ট পৰীক্ষা কৰক আৰু উন্নত উপাৰ্জনৰ বাবে আপোনাৰ বিজ্ঞাপন প্লেচমেণ্ট অপ্টিমাইজ কৰক।
গুগল এডসেন্স র সহায়ত কেনেকৈ উপার্জন কৰিব পাৰি ?
১.আর্টিকেল লিখি
২.এফিলিয়াটে মার্কেটিং কৰি
Affiliate মার্কেটিং বাবে আপনি প্রথমতে এখন ওয়েবসাইট বনালে ভাল হয় ,যদিও ওয়েবসাইট নোহোবাকৈও কৰিব পাৰি। যেতিয়া ওয়েবসাইট বনাই কৰিব তেতিয়া আপোনাৰ সাইট তো এডসেন্স র লগত সংযোগ কৰি Product প্রমোশন র লগতে গুগল এডসেন্স র পরা মাহেলী ভাল টকা উপার্জন কৰিব পাৰিব।
৩.Ad সংযোগ কৰি
ওয়েবসাইট ত সংযোগৰ উপৰিও Add বনাই সেইবোৰৰ পরা বিভিন্ন sponsor কোম্পানীৰ পরা মাহেলী ভাল টকা উপার্জন কৰিব পরা যায়।
গতিকে আজিৰ এই আর্টিকেলৰ জৰিয়তে Google Adsense ৰ সহায়ত কেনেকৈ মাহেলী লাখ টকা উপাৰ্জন কৰিব? বা পাৰি ইয়াৰ উপৰিও গুগল এডসেন্স র বিষয়ে আমি ভালেখিনি তথ্য গম পালো।
